• Home
  • »
  • News
  • »
  • assam
  • »
  • Zubeen Garg : হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হ'ল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক

Zubeen Garg : হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হ'ল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক

চিকিৎসকে ঘৰতে জিৰণি ল'বলৈ নির্দেশ জুবিনক ৷

চিকিৎসকে ঘৰতে জিৰণি ল'বলৈ নির্দেশ জুবিনক ৷

চিকিৎসকে ঘৰতে জিৰণি ল'বলৈ নির্দেশ জুবিনক ৷

  • Share this:
আয়ৰসুন্দ্ৰা হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হ'ল যুৱ প্ৰজম্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক। চিকিৎসকে ঘৰতে জিৰণি ল'বলৈ নির্দেশ দিছে জুবিন গাৰ্গক।

জুবিন গাৰ্গে মূৰত আঘাত পোৱাৰ বাবে চাৰিটাকৈ চিলাই পৰিছিল, সেই চিলাই খুলিবলৈ তিনি দিন পিছত শিল্পীগৰাকী পুনৰ আয়ুৰসুন্দ্ৰা হাস্পতাললৈ আহিব বুলি হাস্পতালৰ জনসম্পৰ্কৰক্ষী বিষয়া মনোজ ডেকাই জনায়।

হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ সময়ত সম্পূৰ্ণ ৰূপে সুস্থ হয় জুবিন গাৰ্গ। নিতৌ যথেষ্ট ব্যস্ত হৈ অৱশ হৈ পৰা জুবিন গাৰ্গক এতিয়া প্ৰয়োজন টোপনিৰ।
Published by:Gautam Barman
First published: