যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ প্ৰত্যাহ্বান জনোৱাৰ পিছত এইবাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি চিঠি জুবিনৰ। ছচিয়েল মিডিয়াযোগে নিৰীহক হত্যাৰ পৰিৱৰ্তে আলফা স্বাধীনক কৰ্মৰ বিপ্লৱ কৰিবলৈ আহ্বান জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ।
Published by: Tulika Devi
FIRST PUBLISHED : May 20, 2019, 11:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|