உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আজি ICUৰ পৰা কেবিনলৈ নিয়া হ’ব জুবিনক, সাক্ষাৎ কৰিব পাৰিবনে অনুৰাগীয়ে?

    আজি ICUৰ পৰা কেবিনলৈ নিয়া হ’ব জুবিনক, সাক্ষাৎ কৰিব পাৰিবনে অনুৰাগীয়ে?

    বৰ্তমান ICUতে ৰখা হৈছে জুবিনক। শাৰীৰিক তথা মানসিক জিৰণিৰ বাবেই ICUত ৰখা হৈছে জুবিনক।

    বৰ্তমান ICUতে ৰখা হৈছে জুবিনক। শাৰীৰিক তথা মানসিক জিৰণিৰ বাবেই ICUত ৰখা হৈছে জুবিনক।

    বৰ্তমান ICUতে ৰখা হৈছে জুবিনক। শাৰীৰিক তথা মানসিক জিৰণিৰ বাবেই ICUত ৰখা হৈছে জুবিনক।

    • Share this:
    আজি বিয়লিৰ ভাগত ICUৰ পৰা কেবিনলৈ নিয়া হ’ব জুবিন গাৰ্গক। কেবিনত গ’লেও জুবিনক সাক্ষাৎ কৰাৰ ক্ষেত্ৰত থাকিব বাধা। যিকোনো ব্যক্তিয়ে অথবা অনুৰাগীয়ে সাক্ষাৎ কৰিব নোৱাৰিব জুবিনক। জুবিনক কেতিয়া হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ব সেই সম্পৰ্কে জনোৱা নাই হাস্পতাল কৰ্তৃপক্ষই।

    উল্লেখযোগ্য যে চাৰিদিন পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। তাৰ পিছতে ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পতালত। বৰ্তমান ICUতে ৰখা হৈছে জুবিনক। শাৰীৰিক তথা মানসিক জিৰণিৰ বাবেই ICUত ৰখা হৈছে জুবিনক। বৰ্তমান প্ৰায় সুস্থ জুবিন।
    Published by:Sanjay Kumar Das
    First published: