জুবিন গাৰ্গে ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য।
জুবিন গাৰ্গে ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য।
জুবিন গাৰ্গৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ ব্ৰাহ্মণ সমাজ। ৰাজ্যৰ প্ৰতিখন জিলাতেই জুবিন গাৰ্গৰ বিৰুদ্ধে আদালতত গোচৰ তৰিব অসমৰ ব্ৰাহ্মণ সমাজে।শুক্ৰবাৰে মহানগৰৰ ৰ্পূ্ণবিকাশ সংস্থাই আয়োজন কৰা পাঞ্জা প্ৰতিযোগিতাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য। ব্ৰাহ্মণ সকলে পৰিধান কৰা লগুণ চিঙি দিব লাগে বুলি মন্তব্য কৰিছিল জুবিন গাৰ্গে । লগতে ব্ৰাহ্মণসকলক পিটিব লাগে বুলি মন্তব্য কৰিছিল জুবিন গাৰ্গে। জুবিনৰ এনে মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।
কি কৈছিল জুবিন গাৰ্গে
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|