জাহ্নৱীক মই চিনি পাওঁ, শিল্পীয়ে এইবোৰ কাম কৰিব নালাগেঃজুবিন

বিহু মঞ্চৰ পৰা আলফাক সকীয়নি জুবিন গাৰ্গৰ।

news18assam
Updated:May 17, 2019, 5:28 PM IST
জাহ্নৱীক মই চিনি পাওঁ, শিল্পীয়ে এইবোৰ কাম কৰিব নালাগেঃজুবিন
বিহু মঞ্চৰ পৰা আলফাক সকীয়নি জুবিন গাৰ্গৰ।
news18assam
Updated: May 17, 2019, 5:28 PM IST
আলফা স্বাধীনলৈ জুবিনৰ সকীয়নি।
এতিয়া নিৰীহ মানুহক মাৰি লাভ নাই।
এতিয়া নতুন চিন্তা কৰিবৰ সময় হ'ল।

জুৰোডৰ বিস্ফোৰণৰ বিৰুদ্ধে পুনৰ সৰৱ জুবিন।
'যদি ঘটনাত আলফা জড়িত, মই পুনৰ গালি পাৰিম'।
আলফাৰ লগত পূৰ্বতে মোৰ সংঘাত আছিল, এতিয়া নাই।
মই সদায় চিধা কথা ক'ম, মোক বেঁকা কৰিব নালাগে।বৰগছ মৰি যায়, কিন্তু কেতিয়াও বেঁকা নহয়।
জাহ্নৱীক মই চিনি পাওঁ, এইবোৰ হ'ব নালাগে।
আৰ্টিষ্টসকল এইবোৰত জড়িত হ'লে বেয়া পাওঁ।
আৰ্টিষ্টসকল সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰিব লাগে।
নলবাৰীৰ টিহুৰ বিহুমঞ্চৰ পৰাই আলফালৈ জুবিনৰ সকীয়নি।
আৰু চাওক পৰৱৰ্তী বাতৰি