মুখ্যপৃষ্ঠা »খবৰ »অসম »মুম্বাইৰ পৰা ভাহি আহিল সুৰীয়া কণ্ঠ,নতুন গীতেৰে অসমবাসীক বিহুৰ শুভেচ্ছা জনালে জুবিন গাৰ্গে, চাওক Video

মুম্বাইৰ পৰা ভাহি আহিল সুৰীয়া কণ্ঠ,নতুন গীতেৰে অসমবাসীক বিহুৰ শুভেচ্ছা জনালে জুবিন গাৰ্গে, চাওক Video

মুম্বাইত থাকি জুবিন গাৰ্গ এতিয়া ব্যস্ত হৈ পৰিছে চিলা নামৰ এটা এলবামৰ কামত।

মুম্বাইত থাকি জুবিন গাৰ্গ এতিয়া ব্যস্ত হৈ পৰিছে চিলা নামৰ এটা এলবামৰ কামত।

  • Share this:
এতিয়া ক্ৰমাত্‍ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। ল’ক ডাউনৰ ফলত এইবাৰ স্তব্ধ হৈ পৰিল ৰঙালী বিহুৰ উচাহ। তথাপিও চলি অহা পৰম্পৰা সামাজিক দুৰত্ব বৰ্তাই ৰাখিলেই  পালন কৰিলে অসমীয়াই।

এইবাৰ ব’হাগ বিহুত অসমত নাই জুবিন গাৰ্গ। এতিয়া মুম্বাইৰ পৰাই অসমবাসীক পুৰণি হাৰমনিয়াম খন বজাই এটি নতুন গীতেৰে জুবিন গাৰ্গে জনালে বিহুৰ শুভেচ্ছা। মুম্বাইত থাকি জুবিন গাৰ্গ এতিয়া ব্যস্ত হৈ পৰিছে চিলা নামৰ এটা এলবামৰ কামত।

শেহতীয়া বাতৰি