• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’ব জুবিন

ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’ব জুবিন

ছচিয়েল মিডিয়াত জুবিনক 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল দুই যুৱকে

ছচিয়েল মিডিয়াত জুবিনক 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল দুই যুৱকে

ছচিয়েল মিডিয়াত জুবিনক 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল দুই যুৱকে

  • Share this:
    ডিব্ৰুগড় জিলা ও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।
    ২০১৭ চনত জুবিনক হত্যাৰ ভাবুকিৰ গোচৰত হ’ব শুনানি। ২০১৭ চনৰ ২২ এপ্ৰিলত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলন অনুষ্ঠান পৰিবেশন কৰি থকাৰ সময়ত জুবিন গাৰ্গক ছচিয়েল মিডিয়াৰ জৰিয়তে 10মিটাৰ দূৰৰ পৰা  9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল দুই যুৱক ক্ৰমে টুল টুল বাগলাৰী ওৰফে কাই খাপলাং আৰু মুকুল গগৈ ওৰফে মুকুল আহোম শিৱসাগৰীয়া নামৰ দুজন যুৱকে।।

    ইয়াৰ,ঘটনাৰ এদিনৰ পাছতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত SI দিপেন্দ্ৰ ছেত্ৰীয়ে ৰুজু কৰিছিল এক গোচৰ। GR 1298/17,12(B)387/506 নম্বৰৰ গোচৰত জুবিন গাৰ্গ সাক্ষী হিচাপে উপস্থিত হব ডিব্ৰুগড় আদালতত।
    First published: