• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হ’ব জুবিনক, এয়াৰ এম্বুলেঞ্চেৰে অনা হ’ব গুৱাহাটীলৈ

গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হ’ব জুবিনক, এয়াৰ এম্বুলেঞ্চেৰে অনা হ’ব গুৱাহাটীলৈ

বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে জুবিন। বৰ্তমান জুবিনৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে।

  • Share this:
গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হ’ব জুবিনক। জিএমচিএইচৰ পৰিৱৰ্তে ভৰ্তি কৰোৱা হ’ব আয়ূৰসুন্দ্ৰা হাস্পতালত। পৰিয়ালে বিচাৰিছে আয়ূৰসুন্দ্ৰাত ভৰ্তি কৰাটো। সঞ্জীৱনীৰ পৰা বিমানবন্দৰলৈ গ্ৰীন কৰিড’ৰৰ ব্যৱস্থা কৰা হৈছে। ৩.৩০ বজাত ডিব্ৰুগড় পাবহি এয়াৰ এম্বুলেঞ্চ। বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে জুবিন। বৰ্তমান জুবিনৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে।
Published by:Sanjay Kumar Das
First published: