মুখ্যপৃষ্ঠা »খবৰ »অসম »নাগৰিকত্ব সংশোধনী বিধেয়কে জ্বলাইছে ৰাজ্য, তাৰ মাজতে প্ৰতিবাদকাৰীক কি আহ্বান জনালে জুবিনে? চাওক VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়কে জ্বলাইছে ৰাজ্য, তাৰ মাজতে প্ৰতিবাদকাৰীক কি আহ্বান জনালে জুবিনে? চাওক VIDEO

ফেচবুক লাইভযোগে জুবিনে কয় – CAB আমি কোনোপধ্যে মানি নলওঁ। ইয়াৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব।

ফেচবুক লাইভযোগে জুবিনে কয় – CAB আমি কোনোপধ্যে মানি নলওঁ। ইয়াৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব।

ফেচবুক লাইভযোগে জুবিনে কয় – CAB আমি কোনোপধ্যে মানি নলওঁ। ইয়াৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব।

  • Share this:
ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তুংগত উঠিছে প্ৰতিবাদ–আন্দোলন। আজি নেছ’ৱে বিধেয়কখনৰ বিৰোধিতাৰে আহ্বান জনাইছে অসম বন্ধৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধ সমৰ্থকসকলে। ইয়াৰ মাজতে প্ৰতিবাদকাৰীক শান্তি–সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গে।

ফেচবুক লাইভযোগে জুবিনে কয় – CAB আমি কোনোপধ্যে মানি নলওঁ। ইয়াৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব। কিন্তু প্ৰতিবাদৰ নামত যাতে কোনো লোকৰ ক্ষতি নহয় তাৰ প্ৰতি সকলো মন দিয়া উচিত।
কি ক’লে জুবিনে :

শেহতীয়া বাতৰি