আকৌ এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল জুবিন গাৰ্গ।
আকৌ এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল জুবিন গাৰ্গ।
আকৌ এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল জুবিন গাৰ্গ। ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি জুবিন গাৰ্গে অভিনেতা যতীন বৰাক বিজেপি ত্যাগ কৰি ৰাইজৰ মাজলৈ আহিবলৈ আহ্বান জনালে। জুবিন গাৰ্গে কয় যে, ‘বিজেপিত যোগদান কৰি চাকৰি ল’লে যতীনে।গতিকে এতিয়া ৰাইজৰ মাজলৈ আহিব পৰা নাই। সেয়া বাৰু তেওঁৰ ব্যক্তিগত কথা। কিন্তু মই কাৰো চাকৰ নহয়, মই স্বাধীন গতিকে ৰাইজৰ লগত আছো। ’
জুবিন গাৰ্গে লগতে কয় যে, ‘যতীনে কি ভাবিছা নাজানো, কিন্তু মই জাতীয় স্বাৰ্থত বিজেপি পদত্যাগ কৰিলো হেতেন। মন্ত্ৰী হৈ থকা হেতেনো মই পদত্যাগ কৰিলো হেতেন।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|