உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘CAB নামানো, আমি ধ্বংস কৰি পেলাম’ – ক’লে জুবিনে

    ‘CAB নামানো, আমি ধ্বংস কৰি পেলাম’ – ক’লে জুবিনে

    নিজৰ ফেচবুক পেজট নিজৰ এখন ফটোৰ কেপচনত জুবিনে লিখিলে – Nooooo CAB .we wl destroy it।

    নিজৰ ফেচবুক পেজট নিজৰ এখন ফটোৰ কেপচনত জুবিনে লিখিলে – Nooooo CAB .we wl destroy it।

    নিজৰ ফেচবুক পেজট নিজৰ এখন ফটোৰ কেপচনত জুবিনে লিখিলে – Nooooo CAB .we wl destroy it।

    • Share this:
    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতি আহিছে জুবিন গাৰ্গে। শেহতীয়াকৈ কটনিয়ানৰ ৰণহুংকাৰ কাৰ্যসূচীত জুবিনে কৈছিল – ‘সৰুৰে পৰা দেখিছো যে অসমৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ কিবা এটা অত্যাচাৰ চলিয়ে থাকে। সেয়া লাগিলে কংগ্ৰেছে হওক বা বিজেপিয়ে হওক। CAB আমি কোনোপধ্যে নামানো। আমাৰ আন্দোলন অব্যাহত থাকিব।’

    ‘প্ৰয়োজনত আমি ইয়াতকৈও ডাঙৰ যুদ্ধ কৰিম একেলগে। ১৯৭১ চনৰ পিছত অহা হিন্দুৱেই হওক, মুছলমানেই হওক, লাগিলে ভগৱানেই হওক, কাকো থাকিবলৈ দিয়া নহ’ব।’– কটনিয়ানৰ ৰণহুংকাৰ কাৰ্যসূচীত শুকুৰবাৰে এই মন্তব্য কৰিছিল জুবনে।

    তাৰ পিছতে আজি আকৌ CABৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত হুংকাৰ দিলে জুবিনে। নিজৰ ফেচবুক পেজট নিজৰ এখন ফটোৰ কেপচনত জুবিনে লিখিলে – Nooooo CAB .we wl destroy it।



    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
    First published: