உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চৰকাৰ–প্ৰশাসনৰ ৰোষত জুবিন, CABৰ বিৰোধিতাৰ বাবে ডিব্ৰুগড়ত বন্ধ কৰিলে জুবিনৰ সংগীতানুষ্ঠান

    চৰকাৰ–প্ৰশাসনৰ ৰোষত জুবিন, CABৰ বিৰোধিতাৰ বাবে ডিব্ৰুগড়ত বন্ধ কৰিলে জুবিনৰ সংগীতানুষ্ঠান

    চৌকিডিঙীত সংগীত পৰিৱেশন কৰিবলৈ নিদিয়ে জুবিনক।

    চৌকিডিঙীত সংগীত পৰিৱেশন কৰিবলৈ নিদিয়ে জুবিনক।

    চৌকিডিঙীত সংগীত পৰিৱেশন কৰিবলৈ নিদিয়ে জুবিনক।

    • Share this:
    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবেই ডিব্ৰুগড়ত চৰকাৰ–প্ৰশাসনৰ ৰোষত পৰিল জুবিন গাৰ্গ। জুবিনক অনুষ্ঠানত পৰিৱেশনত বাধা প্ৰশাসনৰ। আজি চৌকিডিঙী খেলপথাৰত আছিল জুবিনৰ অনুষ্ঠান। নিৰাপত্তাৰ দোহাই দি জুবিনক অনুষ্ঠানত পৰিৱেশনত বাধা প্ৰদান কৰে প্ৰশাসনে। চৌকিডিঙীত সংগীত পৰিৱেশন কৰিবলৈ নিদিয়ে জুবিনক।

    উল্লেখযোগ্য যে পূৰ্বৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীয়ে। CAB কোনো কাৰণতে মানি লোৱা নহ’ব বুলি বহুবাৰ স্পষ্ট কৰি দিছে জুবিনে।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    First published: