உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Zubeen Garg| আত্মজীৱনী লিখাৰ কথা ভাবিছে জুবিন গাৰ্গে! জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিনত প্ৰকাশ পাব 'ইউকেলিপ্তাছ'

    Zubeen Garg| আত্মজীৱনী লিখাৰ কথা ভাবিছে জুবিন গাৰ্গে! জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিনত প্ৰকাশ পাব 'ইউকেলিপ্তাছ'

    কোৰোণা ভাইৰাছৰ সংহাৰ অৱসান ঘটি সকলোৰে বাবে বছৰটো মংগলময় হোৱাৰ কামনা কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

    কোৰোণা ভাইৰাছৰ সংহাৰ অৱসান ঘটি সকলোৰে বাবে বছৰটো মংগলময় হোৱাৰ কামনা কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

    কোৰোণা ভাইৰাছৰ সংহাৰ অৱসান ঘটি সকলোৰে বাবে বছৰটো মংগলময় হোৱাৰ কামনা কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

    • Share this:
    এতিয়া সময় নৱবৰ্ষক আদৰাৰ। ২০২২ বৰ্ষ আদৰিবলৈ সাজু হৈছে সকলো। শুকুৰবাৰে ৰাজ্যবাসীক নতুন বছৰৰ শুভেচ্ছা জনাই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কোৰোণা ভাইৰাছৰ সংহাৰ অৱসান ঘটি সকলোৰে বাবে বছৰটো মংগলময় হোৱাৰ কামনা কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। লগতে আগন্তুক বছৰটোত নিজৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে জুবিনে।

    নতুন বছৰত অসমবাসীক উপহাৰ দিব দুখনকৈ নতুন ছবি ৷ ইযাৰে এখন অহা ১৮ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব ৷ নাম যোদ্ধা ৷ ছবিখনত সংগীতৰ কাম কৰিছে জুবিন গাৰ্গে।

    ইপিনে নিজৰ ৫০ সংখ্যক জন্মদিনত জুবিন গাৰ্গে নিজৰ আত্মজীৱনী প্ৰকাশ কৰাৰ কথাও চিন্তা-চৰ্চা কৰিছে। আত্মজীৱনী খনৰ নাম হব 'ইউকেলিপ্তাছ' ৷ আত্মজীৱনী খনৰ এটি শ্ৰব্য সংকলনো উলিয়াব জুবিনে ৷ ইংৰাজী অনুবাদ কৰিব ইউকেলিপ্টাছৰ ৷ আত্মজীৱনীত নাথাকিব কোনো গোপনীয়তা ৷ এই সন্দৰ্ভত জুবিন গাৰ্গে কয় যে, 'মঞ্চত সকলো কথা খোলা খুলিকৈ প্ৰকাশ কৰো। গতিকে কিতাপত থাকিব সকলো কথা ৷'

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: