உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পত্নী গৰিমাৰ সৈতে মুম্বাইৰ পৰা ঘৰমুৱা হ’ল জুবিন গাৰ্গ

    পত্নী গৰিমাৰ সৈতে মুম্বাইৰ পৰা ঘৰমুৱা হ’ল জুবিন গাৰ্গ

    অৱশেষত দীৰ্ঘ বিৰতিৰ মূৰত ঘৰলৈ উভতি আহিল জুবিন গাৰ্গ

    অৱশেষত দীৰ্ঘ বিৰতিৰ মূৰত ঘৰলৈ উভতি আহিল জুবিন গাৰ্গ

    অৱশেষত দীৰ্ঘ বিৰতিৰ মূৰত ঘৰলৈ উভতি আহিল জুবিন গাৰ্গ

    • Share this:
    অৱশেষত দীৰ্ঘ বিৰতিৰ মূৰত ঘৰলৈ উভতি আহিল জুবিন গাৰ্গ। অসুস্থতাৰ পিছত কিছুদিন মুম্বাইত জিৰণি ল’বলৈ যোৱা জুবিন গাৰ্গ ল’ক ডাউনৰ ফলত মুম্বাইতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল। কিন্তু অৱশেষত ৰাজ্য চৰকাৰৰ সহযোগত মুম্বাইৰ পৰা শ্লীপাৰ বাছেৰে এতিয়া অসমলৈ আহি আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।

    আজি মুম্বাইৰ পৰা শ্লীপাৰ বাছেৰে পত্নীৰ সৈতে আহি আছে জুবিন গাৰ্গ। জুবিন গাৰ্গ আহি থকা বাছখনত আছে আৰু দুজন তেওঁৰে সতীৰ্থ।
    First published: