আহি আছে জুবিনৰ নতুন চিনেমা, ভাৰত–ভূটান সীমান্তৱৰ্তী মোনাব্লিত হ’ব শ্বুটিং!

প্ৰথমবাৰলৈ মোনাব্লিত উপস্থিত হৈ প্ৰকৃতিৰ এই সুন্দৰ ৰূপ প্ৰত্যক্ষ কৰি অতিকৈ আনন্দিত শিল্পীগৰাকীয়ে হেপাহ পলাই ফটো উঠা পৰিলক্ষিত হয়৷
প্ৰথমবাৰলৈ মোনাব্লিত উপস্থিত হৈ প্ৰকৃতিৰ এই সুন্দৰ ৰূপ প্ৰত্যক্ষ কৰি অতিকৈ আনন্দিত শিল্পীগৰাকীয়ে হেপাহ পলাই ফটো উঠা পৰিলক্ষিত হয়৷
- News18 Assam
- Last Updated: February 22, 2021, 5:28 PM IST
প্ৰথমবাৰলৈ মোনাব্লিত উপস্থিত হৈ প্ৰকৃতিৰ এই সুন্দৰ ৰূপ প্ৰত্যক্ষ কৰি অতিকৈ আনন্দিত শিল্পীগৰাকীয়ে হেপাহ পলাই ফটো উঠা পৰিলক্ষিত হয়৷ মোনাব্লিৰ এই অপূৰ্ব সৌন্দৰ্যত মোহিত হৈ পৰা শিল্পী জুবিন গাৰ্গে তাৎক্ষণিকভাৱে এক সিদ্ধান্ত গ্ৰহণ কৰে৷
জুবিনে তেওঁৰ আগন্তুক নতুন ছবি 'ডাষ্টবিন’ৰ শ্বুটিং মোনাব্লিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পেলালে৷ অহা মাৰ্চ মাহত জুবিনৰ নতুন হিন্দী চিনেমাখনৰ শ্বুটিঙৰ কাম আৰম্ভ কৰাৰ পৰিকল্পপনা গ্ৰহণ কৰা বুুলি জানিব পৰা গৈছে৷ বিটিআৰ প্ৰশাসনৰ উদ্যোগত নিশা কোকৰাঝাৰত অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহত অংশ লৈ জুবিনে দিনৰ ভাগত মোনাব্লিত উপস্থিত হয়৷