বিহু মঞ্চত পুনৰ অনন্য ৰূপত জুবিন, শুই শুই গালে গান।

জুবিন মানেই অনন্য উন্মাদনা। বেলতলা বিহু উত্সৱত শুই শুই গান গালে জুবিনে। বিভিন্ন ভংগিমাৰে দৰ্শকৰ মন জয় জুবিনৰ।

Dulu Medhi | news18assam
Updated:April 27, 2019, 11:59 AM IST
বিহু মঞ্চত পুনৰ অনন্য ৰূপত জুবিন, শুই শুই গালে গান।
বেলতলাত জুবিনে শুই শুই গালে গান
Dulu Medhi | news18assam
Updated: April 27, 2019, 11:59 AM IST
বিহুমঞ্চত জুবিন মানেই এক অনন্য উন্মাদনা। বিভিন্ন সময়ত বিহু মঞ্চত বিভিন্ন ভংগীমাৰে বিতৰ্কৰ সূচনা কৰা জুবিনে এইবাৰ বেলতলাত ব'হাগী উৎসৱত শুই শুই গালে গান। মায়াবিনী গানটো মঞ্চত শুই শুই গালে জুবিনে। লগতে কণ্ঠশিল্পীগৰাকীয়ে ক’লে – মোতকৈ এইবাৰ বেছি জঁপিয়াইছে হিমন্ত বিশ্ব শৰ্মাই। সেইটো মোৰ ষ্টাইল। মোৰ ষ্টাইল কপি কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাই টকা দিব লাগিব মোক। বেলতলা ব'হাগী উৎসৱত গানৰ মাজতে এনেদৰেই স্বভাৱসূলভ ৰসিকতা জুবিনৰ।

চাওক এই ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি