• Home
  • »
  • News
  • »
  • assam
  • »
  • ''টেক্স অলপ বাঢ়িবই, ক'ৰোনা মহামাৰীৰ পিছত ফাইনেন্সিয়েল ক্ৰাইছিছ, লাহে লাহে সকলো ঠিক হৈ যাব''- ৰহাত ক'লে জুবিন গাৰ্গে

''টেক্স অলপ বাঢ়িবই, ক'ৰোনা মহামাৰীৰ পিছত ফাইনেন্সিয়েল ক্ৰাইছিছ, লাহে লাহে সকলো ঠিক হৈ যাব''- ৰহাত ক'লে জুবিন গাৰ্গে

DM FITNESS GYM নামৰ শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি

DM FITNESS GYM নামৰ শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি

DM FITNESS GYM নামৰ শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি

  • Share this:
''টেক্স অলপ বাঢ়িবই। কাৰণ কৰোনা মহামাৰীৰ পিছত ফাইনেন্সিয়েল ক্ৰাইছিছ হৈছিল সমগ্ৰ পৃথিৱীতে। গতিকে অলপ দিন আমি টেক্স বেছিকৈ দিব লাগিব। লাহে লাহে সকল ঠিক হৈ যাব।'' - এই মন্তব্য হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ।

দেওবাৰে ৰহাৰ ফুলগুৰিত এখন শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰিবলৈ আহি এই মন্তব্য কৰে জনপ্ৰিয় গায়কজনে। ৰহাৰ ফুলগুৰিৰ দীপজ্যোতি দেউৰী নামৰ যুৱকজনে প্ৰতিষ্ঠা কৰা DM FITNESS GYM নামৰ শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰি এই কেন্দ্ৰৰ জৰিয়তেে শৰীৰ চৰ্চা কৰি স্থানীয় যুৱক-যুৱতীসকল উপকৃত হ'ব বুলিও মন্তব্য কৰে জুবিন গাৰ্গে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি