কি হৈছিল জুবিন গাৰ্গৰ? নেমকেয়াৰৰ ICUত চিকিৎসা জুবিন গাৰ্গৰ

News18 Assam | News18-Assam
Updated:February 28, 2020, 8:48 PM IST
কি হৈছিল জুবিন গাৰ্গৰ? নেমকেয়াৰৰ ICUত চিকিৎসা জুবিন গাৰ্গৰ
জুবিন গাৰ্গৰ স্বাস্থ্যকলৈ উৎকণ্ঠিত সকলৰ বাবে ভাল খবৰ

জুবিন গাৰ্গৰ স্বাস্থ্যকলৈ উৎকণ্ঠিত সকলৰ বাবে ভাল খবৰ

  • Share this:
জুবিন গাৰ্গৰ স্বাস্থ্যকলৈ উৎকণ্ঠিত সকলৰ বাবে ভাল খবৰ। ক্ৰমাৎ সুস্থ জুবিন গাৰ্গ। অনুৰাগ শইকীয়াৰ ‘প্ৰজেক্ট বৰগীত’ অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰা জুবিন গাৰ্গ স্নায়ুজনিত সমস্যাত ভোগাৰ কথা জানিব পৰা গৈছে। এতিয়া নেমকেয়াৰ হস্পিতালৰ ICUত পৰ্যবেক্ষণৰ কাৰণে ৰখা হৈছে জুবিন গাৰ্গক। হঠাৎ ঢলি পৰাৰ পিছতে হাস্পতালত জুবিনক চাবলৈ অসংখ্য অনুৰাগীৰ সমাগম ঘটে। হাস্পতালত উপস্থিত হয় মন্ত্ৰী নৱ দলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশু আৰোগ্য কামনা কৰিছে শিল্পীগৰাকীৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading