হঠাৎ অসুস্থ জুবিন গাৰ্গ, অনুষ্ঠানৰ মাজতে বাগৰি পৰিল জুবিন গাৰ্গ

News18 Assam | News18-Assam
Updated:February 28, 2020, 8:15 PM IST
হঠাৎ অসুস্থ জুবিন গাৰ্গ, অনুষ্ঠানৰ মাজতে বাগৰি পৰিল জুবিন গাৰ্গ
নেমকেয়াৰ চিকিৎসালয়লৈ লৈ অনা হৈছে জুবিন গাৰ্গক

নেমকেয়াৰ চিকিৎসালয়লৈ লৈ অনা হৈছে জুবিন গাৰ্গক

  • Share this:
হঠাৎ অসুস্থ জুবিন গাৰ্গ। অনুষ্ঠানৰ মাজতে বাগৰি পৰিল জুবিন গাৰ্গ। গুৱাহাটী টাউন ক্লাৱত হৈ আছিল বিশেষ অনুষ্ঠান। অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰে জুবিন গাৰ্গ। এম্বুলেঞ্চৰ সহায়ত নেমকেয়াৰ চিকিৎসালয়লৈ লৈ অনা হৈছে জুবিন গাৰ্গক। সংগীত পৰিচালক অনুৰাগ শইকীয়াৰ ‘প্ৰজেক্ট বৰগীত’ অনুষ্ঠানত উপস্থিত আছিল শিল্পীগৰাকী।
আৰু চাওক
পৰৱৰ্তী বাতৰি