মৰিলং মৰিলং’ গীতৰ তালে তালে জুবিনে ক’লে– ‘মোক কিয় একাষৰীয়া কৰিলা,ঔ আই’, চাওক Video

News18 Assam | News18-Assam
Updated:January 26, 2020, 8:55 PM IST
মৰিলং মৰিলং’ গীতৰ তালে তালে জুবিনে ক’লে– ‘মোক কিয় একাষৰীয়া কৰিলা,ঔ আই’, চাওক Video
জুবিন গাৰ্গ

চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে বিশেষ মন্তব্যটো

  • Share this:
জুবিন গাৰ্গৰ মুখত আকৌ ‘মোক কিয় একাষৰীয়া কৰিলা–ঔ আই’! এইবাৰ আনুষ্ঠানত গীত গাই থকাৰ মাজতে জুবিন গাৰ্গে কৰিলে সেই বিশেষ মন্তব্যটো। তেতিয়া জুবিন গাৰ্গে পৰিৱেশন কৰি আছিল, জনপ্ৰিয় বিহু গীত ‘মৰিলং মৰিলং লাগি যায়’। গীতৰ তালে তালে এইবাৰ জুবিন গাৰ্গে ক’লে সেই মন্তব্যটো।

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে বিশেষ মন্তব্যটো।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি