• Home
  • »
  • News
  • »
  • assam
  • »
  • Zubeen Garg in Hospital : হাস্পতালত ভাত খালে জুবিন গাৰ্গে, স্বাস্থ্যৰ বিষয়ে কাইলৈ ১২.৩০ দিব আপডেট

Zubeen Garg in Hospital : হাস্পতালত ভাত খালে জুবিন গাৰ্গে, স্বাস্থ্যৰ বিষয়ে কাইলৈ ১২.৩০ দিব আপডেট

শিল্পীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে কথাও পাতিছে।

শিল্পীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে কথাও পাতিছে।

শিল্পীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে কথাও পাতিছে।

  • Share this:
হাস্পতালত নৈশ আহাৰ গ্ৰহণ কৰিছে জুবিন গাৰ্গে। সন্ধিয়া প্ৰায় ছয় বাজি ১০ মিনিটত মহানগৰীৰ আয়ুৰসূন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা শিল্পীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে কথাও পাতিছে।

পৰিয়ালৰ লোকে এই বিষয়ে জানিবলৈ দি কয় যে শিল্পীগৰাকী (Zubeen Garg) ঠিকেই আছে, চিন্তাৰ প্ৰয়োজন নাই। আনহাতে, আজি জুবিনৰ স্বাস্থ্যৰ বিষয়ে হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দি উল্লেখ কৰে চিটি স্কেন আৰু এম আৰ আই কাইলৈ কৰা হ'ব। প্ৰয়োজন হ'লে বাহিৰৰ চিকিৎসক অনা হ'ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই। আনহাতে, কাইলৈ ১২.৩০ বজাত জুবিন গাৰ্গৰ স্বাস্থ্যৰ আপডেট দিয়া হ'ব।
Published by:Gautam Barman
First published: