‘ৱাহ মোদী জী, সৰ্বানন্দ দা আৰু হিমন্ত দা... এয়াই নেকি আপোনালোকৰ মেক ইন ইণ্ডিয়া পলিচী’

News18 Assam | News18-Assam
Updated:December 21, 2019, 11:33 AM IST
‘ৱাহ মোদী জী, সৰ্বানন্দ দা আৰু হিমন্ত দা... এয়াই নেকি আপোনালোকৰ মেক ইন ইণ্ডিয়া পলিচী’
অতি শীঘ্ৰে ক্ষমতাচ্যুত হ’ব সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা। ছচিয়েল মিডিয়াত হুংকাৰ জুবিন গাৰ্গৰ

অতি শীঘ্ৰে ক্ষমতাচ্যুত হ’ব সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা। ছচিয়েল মিডিয়াত হুংকাৰ জুবিন গাৰ্গৰ

  • News18 Assam
  • Last Updated: December 21, 2019, 11:33 AM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জুবিন গাৰ্গ সহ ৰাজ্যৰ শিল্পী সমাজে চলাই আছে অবিৰত সংগ্ৰাম।ছচিয়েল মিডিয়াত জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ এগৰাকী শ্বহীদৰ ফটো আপলোড কৰি লিখিলে, ‘ ৱাহ মোদী জী, সৰ্বানন্দ দা আৰু হিমন্ত দা... এয়াই নেকি আপোনালোকৰ মেক ইন ইণ্ডিয়া পলিচী, আপোনালোক শীঘ্ৰেই ক্ষমতাচ্যুত হ’ব। মোৰ মানুহখিনিৰ কাষত এয়া মোৰ প্ৰতিশ্ৰুতি।’



হাজোত এক অনুষ্ঠানত অংশলৈ একে খিনি কথাই কৈছিল জুবিন গাৰ্গে। ইফালে বৃন্দাবন থিয়েটাৰৰ প্ৰযোজকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰি কয় যে, ভ্ৰাম্যমাণ নাট্য দলেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলাব আন্দোলন।
Published by: Himangshu Bhuyan
First published: December 21, 2019, 11:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading