‘ৱাহ মোদী জী, সৰ্বানন্দ দা আৰু হিমন্ত দা... এয়াই নেকি আপোনালোকৰ মেক ইন ইণ্ডিয়া পলিচী’

অতি শীঘ্ৰে ক্ষমতাচ্যুত হ’ব সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা। ছচিয়েল মিডিয়াত হুংকাৰ জুবিন গাৰ্গৰ
অতি শীঘ্ৰে ক্ষমতাচ্যুত হ’ব সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা। ছচিয়েল মিডিয়াত হুংকাৰ জুবিন গাৰ্গৰ
- News18 Assam
- Last Updated: December 21, 2019, 11:33 AM IST

হাজোত এক অনুষ্ঠানত অংশলৈ একে খিনি কথাই কৈছিল জুবিন গাৰ্গে। ইফালে বৃন্দাবন থিয়েটাৰৰ প্ৰযোজকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰি কয় যে, ভ্ৰাম্যমাণ নাট্য দলেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলাব আন্দোলন।