মুখ্যপৃষ্ঠা »খবৰ »অসম »জুবিনক অশালীন ব্যৱহাৰ কৰি ক'ত পলাল ৬ উদণ্ড?

জুবিনক অশালীন ব্যৱহাৰ কৰি ক'ত পলাল ৬ উদণ্ড?

৬ যুৱকতো দূৰৰেই কথা, গাড়ীখনৰো নাই কোনো শুংসূত্ৰ৷ ঠায়ে ঠায়ে ৬ যুৱকৰ সন্ধানত চলি আছে আৰক্ষীৰ অভিযান৷

  • Share this:
নাই, কোনো সন্ধানেই নাই হিৰকজ্যোতি ৰাজবংশীসহ ৬ যুৱকৰ ৷ ৬ যুৱকৰ সন্ধানত অভিযান চলায়ো ব্যৰ্থ হৈছে আৰক্ষী৷ জুবিন গাৰ্গক আক্ৰমণ কৰা ঘটনাৰ ৪ দিন উকলিল৷ ৬ যুৱকতো দূৰৰেই কথা, গাড়ীখনৰো নাই কোনো শুংসূত্ৰ৷ ঠায়ে ঠায়ে ৬ যুৱকৰ সন্ধানত চলি আছে আৰক্ষীৰ অভিযান৷ কিন্তু পদে পদে বিফল হৈছে স্মাৰ্ট আৰক্ষী৷

জুবিনক অশালীন আচৰণ কৰি NSUIৰ পৰা নিলম্বিত হোৱা হিৰকজ্যোতি ৰাজবংশীৰ মাতৃয়েও ইতিমধ্যে আত্মসমৰ্পণৰ বাবে পুত্ৰক জনাইছিল আহ্বান৷ কিন্তু মাতৃৰ আহ্বানৰ প্ৰতিও কোনো সঁহাৰি নাই হিৰকজ্যোতিৰ৷

ক'লৈ গ'ল হীৰকজ্যোতি এণ্ড টীম? কিয় এতিয়ালৈ সেই দলটোৰ সন্ধান পোৱা নাই আৰক্ষীয়ে? নে কোনো ৰাজনৈতিক পাকচক্ৰত সোমাইছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া? বহুতৰে মনত এতিয়া এই প্ৰশ্ন!

শেহতীয়া বাতৰি