নীল আকাশৰ বাদ্যযন্ত্ৰীৰ ৰূপত জুবিন

নীল আকাশৰ কোনটো গান জুবিনৰ প্ৰিয়? স্বভাৱসুলভ ৰসিকতাৰ সৃষ্টি কৰি তাকো ক’লে জুবিনে।

Dulu Medhi | news18assam
Updated:April 28, 2019, 2:55 PM IST
নীল আকাশৰ বাদ্যযন্ত্ৰীৰ ৰূপত জুবিন
জুবিন–নীল
Dulu Medhi | news18assam
Updated: April 28, 2019, 2:55 PM IST
বিহুমঞ্চত আকৌ এবাৰ ব্যতিক্ৰমী ৰূপত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত বাদ্যযন্ত্ৰীৰূপে সহযোগ দিলে জুবিনে। নীল আকাশৰ কোনটো গান জুবিনৰ প্ৰিয়? স্বভাৱসুলভ ৰসিকতাৰ সৃষ্টি কৰি তাকো ক’লে জুবিনে। বেলতলাৰ বহাগী উত্‍সৱত এনেদৰে দৰ্শকক আনন্দ খোৰাক যোগালে জুবিনে।

চাওক এই ভিডিঅ’:

আৰু চাওক পৰৱৰ্তী বাতৰি