মহানগৰীৰ জু ৰোডত গ্ৰেণেড বিস্ফোৰণত ৯ জনলোক আহত, দুজনৰ অৱস্থা সংকটজনক

বাইকত অহা দলে বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ । আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে সংঘটিত হ’ল বিস্ফোৰণ । আহত সকলৰ ভিতৰত আছে দুজন SSB জোৱান ।

news18assam
Updated:May 16, 2019, 9:22 AM IST
মহানগৰীৰ জু ৰোডত গ্ৰেণেড বিস্ফোৰণত ৯ জনলোক আহত, দুজনৰ অৱস্থা সংকটজনক
বাইকত অহা দলে বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ । আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে সংঘটিত হ’ল বিস্ফোৰণ । আহত সকলৰ ভিতৰত আছে দুজন SSB জোৱান ।
news18assam
Updated: May 16, 2019, 9:22 AM IST
মহানগৰীৰ জু ৰোডত গ্ৰেণেড বিস্ফোৰণ । বিস্ফোৰণত ৯ জনলোক আহত হোৱাৰ খবৰ। দুজনৰ অৱস্থা সংকটজনক । চাওক বিস্ফোৰণৰ ঠিক পিছৰ ফটো:
আহত সকলৰ ভিতৰত আছে  দুজন SSB জোৱান । জোৱান দুজনৰ নাম ৰমেশ লাল আৰু অমূল্য লালন । ইতিমধ্যে আহত সকলক GMCH ত ভৰ্তি।

আৰু চাওক পৰৱৰ্তী বাতৰি