মুখ্যপৃষ্ঠা »খবৰ »অসম »সংগীত নাটক অকাডেমী বঁটা ঘোষণা, দেশৰ ৪গৰাকী বিশেষ ব্যক্তিলৈ এই স্বীকৃতি

সংগীত নাটক অকাডেমী বঁটা ঘোষণা, দেশৰ ৪গৰাকী বিশেষ ব্যক্তিলৈ এই স্বীকৃতি

 জাকিৰ হুছেইন, সোণাল মানসিং আৰু কে কল্যাণসুন্দৰম পিল্লাইলৈ স্বীকৃতি প্ৰদান। বঁটাত আছে ৩ লাখ টকা, অংগবস্ত্ৰ আৰু তাম্ৰফলি। ৪৪গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমী ঘোষণা কৰা হৈছে। 

  • Share this:
    সংগীত নাটক অকাডেমী বঁটা ঘোষণা। যতীন্দ্ৰনাথ গোস্বামীলৈ অকাডেমী ৰত্ন। দেশৰ ৪গৰাকী বিশেষ ব্যক্তিলৈ স্বীকৃতি প্ৰদান। জাকিৰ হুছেইন, সোণাল মানসিং আৰু কে কল্যাণসুন্দৰম পিল্লাইলৈ স্বীকৃতি প্ৰদান। বঁটাত আছে ৩ লাখ টকা, অংগবস্ত্ৰ আৰু তাম্ৰফলি। ৪৪গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমী ঘোষণা কৰা হৈছে। মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীলৈ স্বীকৃতি প্ৰদান কৰা হৈছে। গোস্বামীৰ লগতে আন ৯গৰাকীলৈ স্বীকৃতি প্ৰদান। বঁটাত আছে ১ লাখ টকা, অংগবস্ত্ৰ আৰু তাম্ৰফলি। ৰাষ্ট্ৰপতিয়ে এক অনুষ্ঠানত প্ৰদান কৰিব বঁটা। ১৯৫২ চনৰ পৰা প্ৰদান কৰি অহা হৈছে বঁটা।

    শেহতীয়া বাতৰি