মুখ্যপৃষ্ঠা »খবৰ »অসম »Cachar : কাছাৰৰ ধান খেতিৰ মাজত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

Cachar : কাছাৰৰ ধান খেতিৰ মাজত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণাই এলেকাত৷

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণাই এলেকাত৷

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণাই এলেকাত৷

  • Share this:

কাছাৰৰ ধান খেতিৰ মাজত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ সোণাই সমষ্টিৰ দক্ষিণ মোহনপুৰত বস্তাৰ ভিতৰত উদ্ধাৰ মৃতদেহ৷ মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই৷ মৃতদেহৰ সৈতে কিছু কবিৰাজী ঔষধ উদ্ধাৰক চাই এয়া কোনো কবিৰাজৰ মৃতদেহ বুলি সন্দেহ  কৰা হৈছে ৷


যুৱক জনক হত্যা কৰি মৃতদেহ বস্তাৰ ভিতৰত ৰখাৰ সন্দেহ আৰক্ষীৰ৷ সোণাই আৰক্ষীয়ে উদ্বাৰ কৰে মৃতদেহ৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCH লৈ প্ৰেৰণ কৰা হৈছে৷ বস্তাৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণাই এলেকাত৷

শেহতীয়া বাতৰি