• Home
  • »
  • News
  • »
  • assam
  • »
  • বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ কৰিবলৈ নিৰ্দেশ দিয়া যুৱকক চিনাক্ত

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ কৰিবলৈ নিৰ্দেশ দিয়া যুৱকক চিনাক্ত

পূৰ্বে ভুৱা পৰিচয়ৰে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ বাবে ছিম কাৰ্ড যোগান ধৰিছিল ছাদ্দামে।

পূৰ্বে ভুৱা পৰিচয়ৰে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ বাবে ছিম কাৰ্ড যোগান ধৰিছিল ছাদ্দামে।

পূৰ্বে ভুৱা পৰিচয়ৰে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ বাবে ছিম কাৰ্ড যোগান ধৰিছিল ছাদ্দামে।

  • Share this:
বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ কৰিবলৈ নিৰ্দেশ দিয়া যুৱকক চিনাক্ত কৰিছে আৰক্ষীয়ে। যুৱকজনৰ নাম ছাদ্দাম আলী। ছাদ্দাম আলীৰ ঘৰ বটদ্ৰৱাৰ শালনাবড়ীত।বৰ্তমানেও পলাতক হৈ আছে ছাদ্দাম আলী। পূৰ্বে ভুৱা পৰিচয়ৰে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ বাবে ছিম কাৰ্ড যোগান ধৰিছিল ছাদ্দামে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি