• Home
  • »
  • News
  • »
  • assam
  • »
  • গুজৰাটৰ পৰা খােজকাঢ়ি চৰাইদেউৰ বৰহাটৰ ঘৰত উপস্থিত হ’ল এজন যুৱক

গুজৰাটৰ পৰা খােজকাঢ়ি চৰাইদেউৰ বৰহাটৰ ঘৰত উপস্থিত হ’ল এজন যুৱক

বৰহাট প্রাথমিক চিকিৎসালয়ত যুৱকজনক চিকিৎসা কৰোৱাই কৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্রমণ ৰােধৰ বাবে দেশজুৰি অব্যাহত আছে লকডাউন। লকডাউনত বহিঃৰাজ্যত আবদ্ধ হৈ থকা লােকসকলক নিজৰ নিজৰ ঘৰলৈ অহাৰ ক্ষেত্ৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৰে’ল আৰু ব্যক্তিগত বাহনৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও হাজাৰ হাজাৰ লোক বহিঃৰাজ্যত আবদ্ধ হৈ আছে। বহু লোকে শ শ মাইল খােজকাঢ়ি বা চাইকেলেৰে অহাও পৰিলক্ষিত হৈছে৷

আজি গুজৰাটৰ এটা ষ্টাইলছ ফেক্টৰীত কাম কৰা চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাৰ মংলু লাইনৰ শ্রমিক মােহন বাগৰ পুত্ৰ কৰেন বাগ বৰহাটত উপস্থিত হয়। বৰহাট প্রাথমিক চিকিৎসালয়ত যুৱকজনক চিকিৎসা কৰোৱাই কৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে।
First published: