News18 AssamNews18 Assam
|
News18-Assam Updated:August 19, 2020, 9:55 PM IST
বুধবাৰে দুপৰীয়া পথাৰত মৃতদেহটো প্ৰত্যক্ষ কৰে পত্নীয়ে।
বুধবাৰে দুপৰীয়া পথাৰত মৃতদেহটো প্ৰত্যক্ষ কৰে পত্নীয়ে।
কৰিমগঞ্জৰ পাথাৰকান্দিত নৃশংস হত্যাকাণ্ড। খেতিপথাৰত ডিঙি কটা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিলে মানিক উদ্দিন নামৰ এজন যুৱকক। ঘটনাটো সংগঠিত হৈছে পাথাৰকান্দিৰ এৰালীগোল গাঁৱত। মঙলবাৰ নিশা বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈছিল মানিক উদ্দিন। বুধবাৰে দুপৰীয়া পথাৰত মৃতদেহটো প্ৰত্যক্ষ কৰে পত্নীয়ে। পাথাৰকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কোনে কি কাৰণত যুৱকজনক নৃশংসভাৱে হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই।
Published by:
Sanjay Kumar Das
First published:
August 19, 2020, 9:55 PM IST