
ঘটনাস্থলীত ইতিমধ্যে জাগুন আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
ঘটনাস্থলীত ইতিমধ্যে জাগুন আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নমাইলৰ ফুলবাৰীৰ এগৰাকী যুৱক সন্ধানহীন। টিৰাপ নৈৰ হোলোং ডুবিঘাটত যুৱকগৰাকী সন্ধানহীন হোৱা বুলি খবৰ পোৱা গৈছে। সন্ধানহীন যুৱকজনৰ নাম মিলন ছেত্ৰী (১৮)।
যুৱকজন জাগুন ফুলবাৰী গাঁৱৰ। চাৰি সমনীয়াৰ সৈতে টিৰাপ নৈ পাৰ হৈছিল যৱকজনে। কিন্তু ইয়াৰ পিছতে সন্ধানহীন হৈ পৰে তেওঁ। ঘটনাস্থলীত ইতিমধ্যে জাগুন আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|