পাৰিবাৰিক কন্দলৰ পৰিণতি! হাইলাকান্দিত কনিষ্ঠ ভাতৃয়ে হত্যা কৰি পুতি থ’লে জ্যেষ্ঠ ভাতৃক

News18 Assam | News18-Assam
Updated:September 25, 2020, 3:39 PM IST
পাৰিবাৰিক কন্দলৰ পৰিণতি! হাইলাকান্দিত কনিষ্ঠ ভাতৃয়ে হত্যা কৰি পুতি থ’লে জ্যেষ্ঠ ভাতৃক
পুতি থোৱা অবস্থাত উদ্ধাৰ হৈছে সমীৰণ মহালি নামৰ যুবকজনৰ মৃতদেহ। হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কনিষ্ঠ ভাতৃ বলৰাম মহালিক।

পুতি থোৱা অবস্থাত উদ্ধাৰ হৈছে সমীৰণ মহালি নামৰ যুবকজনৰ মৃতদেহ। হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কনিষ্ঠ ভাতৃ বলৰাম মহালিক।

  • News18 Assam
  • Last Updated: September 25, 2020, 3:39 PM IST
  • Share this:
হাইলাকান্দিত লোমহৰ্ষক হত্যাকাণ্ড। কনিষ্ঠ ভাতৃয়ে হত্যা কৰি পুতি থলে জ্যেষ্ঠ ভাতৃৰ মৃতদেহ। হাইলাকান্দি জিলাৰ চণ্ডিপুৰ চাহ বাগিচাত সংঘঠিত হৈছে এই ঘটনা। মাটিৰ তলত পুতি থোৱা অবস্থাত উদ্ধাৰ হৈছে সমীৰণ মহালি নামৰ যুবকজনৰ মৃতদেহ। হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কনিষ্ঠ ভাতৃ বলৰাম মহালিক।

আজি পুৱা হাইলাকান্দি জিলাৰ আলগাপুৰ আৰক্ষীয়ে পুতি থোৱা অবস্থাত উদ্ধাৰ কৰে  মৃতদেহ। স্থানীয় ৰাইজে মৃতদেহটো সমীৰণ মহালিৰ বুলি চিনাক্ত কৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে সমীৰণৰ কনিষ্ঠ ভাতৃ বলৰাম মহালিল গ্ৰেপ্তাৰ কৰে। পৰিয়ালকেন্দ্ৰিক কন্দলৰ বাবে জ্যেষ্ঠ ভাতৃক দাৰে ঘপিয়াই হত্যা কৰি পুতি থোৱাৰ অভিযোগ উত্থাপিত হৈছে বলৰাম মহালিৰ বিৰুদ্ধে।
Published by: Sanjay Kumar Das
First published: September 25, 2020, 3:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading