• Home
  • »
  • News
  • »
  • assam
  • »
  • Old Saraighat Bridge : পুৰণি শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে যুৱকে, উদ্ধাৰ অভিযান অব্যাহত

Old Saraighat Bridge : পুৰণি শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে যুৱকে, উদ্ধাৰ অভিযান অব্যাহত

একাংশ স্থানীয় লোকে যুৱকজনক বাধা দিয়ে যদিও বিফল হয়।

একাংশ স্থানীয় লোকে যুৱকজনক বাধা দিয়ে যদিও বিফল হয়।

একাংশ স্থানীয় লোকে যুৱকজনক বাধা দিয়ে যদিও বিফল হয়।

  • Share this:
পুৰণি শৰাইঘাট দলঙত চাঞ্চল্যকৰ ঘটনা। দলঙৰ ৰেলিঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ এজন যুৱকৰ। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱকজনৰ সম্পূৰ্ণ পৰিচয়।

এই সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে যুৱকজনৰ সন্ধানত অভিযানত নামে NDRF, SDRF আৰু নদী আৰক্ষী। বৰ্তমানেও  অব্যাহত  আছে উদ্ধাৰ অভিযান।



একাংশ স্থানীয় লোকে যুৱকজনক অস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰি সন্দেহ ওপজে আৰু তেওঁক বাধা দিবলৈ আপ্ৰাণ চেষ্টা চলায়। কিন্তু সকলো চেষ্টা বিফল কৰি যুৱকজনে নদীত জাঁপ দিয়ে। উল্লেখ্য যে আৰক্ষীয়ে দলঙৰ ওপৰত উদ্ধাৰ কৰিছে এখন চাইকেল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি