মহানগৰীৰ লাচিত নগৰত নিশা আৰক্ষীৰ গুলীচালনাত আহত হয় এজন যুৱক। আহত যুৱকজনৰ নাম ৰাহুল দাস। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়তে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে।
ভৰিত গুলী লগাত গুৰুতৰভাৱে আহত হয় যুৱকজন। আহত যুৱকজনক ভৰ্তি কৰোৱা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। যুৱকজনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে।
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :