মুখ্যপৃষ্ঠা »খবৰ »অসম »Kalibar News: কলিয়াবৰৰ ঘূৰাকাটিত বাইক দুৰ্ঘটনা, আহত যুৱক

Kalibar News: কলিয়াবৰৰ ঘূৰাকাটিত বাইক দুৰ্ঘটনা, আহত যুৱক

দুর্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ AS 05 P 4523

দুর্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ AS 05 P 4523

দুর্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ AS 05 P 4523

  • Share this:
কলিয়াবৰৰ ঘূৰাকাটিত বাইক দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত সোমাই পৰে বাইক আৰোহী। জানিব পৰা মতে, তীব্ৰ বেগেৰ উজনিৰ দিশে গৈ আছিল বাইক অৰোহীজন।

আহত বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত নলাৰ পৰা উদ্ধাৰ কৰা হয় যুৱকজনক।

দুর্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ AS 05 P 4523 । আহত ব্যক্তিগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।

শেহতীয়া বাতৰি