হোজাইত চলন্ত ৰে’লত উদ্ধাৰ যুৱকৰ মৃতদেহ

উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত উদ্ধাৰ মৃতদেহটো।

News18-Assam
Updated:August 28, 2019, 9:09 AM IST
হোজাইত চলন্ত ৰে’লত উদ্ধাৰ যুৱকৰ মৃতদেহ
উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত উদ্ধাৰ মৃতদেহটো।
News18-Assam
Updated: August 28, 2019, 9:09 AM IST
হোজাইত চলন্ত ৰে’লত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত উদ্ধাৰ মৃতদেহটো। মৃত যুৱকজন আগৰতলাৰ কাঠালি অঞ্চলৰ ৰাজীৱ সৰকাৰ বুলি চিনাক্ত কৰা হৈছে। কলকাতাৰ পৰা আগৰতলালৈ যাত্ৰা কৰাৰ পথতে মৃত্যু হয় যুৱকজনৰ। ভাতৃৰ সৈতে যাত্ৰা কৰিছিল ৰাজীৱ সৰকাৰে। বৰ্তমানো জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ কাৰণ। বৰ্তমান যুৱকজনৰ মৃতদেহটো ৰখা হৈছে হোজাই ৰে’ল ষ্টেচনত। ৰে’ল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি