உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আকৌ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন, নিমাতীৰ পৰা মাজুলী অভিমুখী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে যুৱকে!

    আকৌ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন, নিমাতীৰ পৰা মাজুলী অভিমুখী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে যুৱকে!

    চেনিমাই ২ৰ পৰা জাঁপ দি ব্ৰহ্মপুত্ৰত নিখোঁজ হোৱা যুৱকজন যোৰহাট চোলাধৰাৰ সমীৰণ বৰুৱা বুলি জানিব পৰা গৈছে।

    • Share this:
    মাজুলী ফেৰী ঘাটত পুনৰ অঘটন। নিমাতীৰ পৰা মাজুলী অভিমুখী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এজন যুৱক। পুৱা ১০.৩০ বজাৰ ফেৰীখন মাজুলীলৈ যাত্ৰা আৰম্ভ কৰোতেই ঘটে এই অঘটন। যুৱকজনে ফেৰীৰ পৰা জাঁপ দিয়াৰ অভিযোগ ফেৰী কৰ্তৃপক্ষৰ। বৰ্তমানেও সন্ধান নাই যুৱকজনৰ। চেনিমাই ২ৰ পৰা জাঁপ দি ব্ৰহ্মপুত্ৰত নিখোঁজ হোৱা যুৱকজন যোৰহাট চোলাধৰাৰ সমীৰণ বৰুৱা বুলি জানিব পৰা গৈছে।
    Published by:Sanjay Kumar Das
    First published: