মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক

গোৰেশ্বৰ আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে আটক কৰে যুৱকজনক।

News18-Assam
Updated:October 24, 2019, 4:27 PM IST
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক
গোৰেশ্বৰ আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে আটক কৰে যুৱকজনক।
News18-Assam
Updated: October 24, 2019, 4:27 PM IST
* মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক।
* মুখ্যমন্ত্ৰীক গুলীয়াই মৰাৰ ভাবুকিৰে ফেচবুকত দিছিল পোষ্ট।
* পোষ্টটোত প্ৰয়োগ কৰিছিল বহু অশ্লীল শব্দ।

* দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছিল অধিবক্তা বেণুধৰ নাথে।
* গোৰেশ্বৰ আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে আটক কৰে যুৱকজনক।
* ধৃত যুৱকজনৰ ঘৰ গোৰেশ্বৰৰ ভোগপুৰত।
* অধিক তথ্যৰ বাবে যুৱকজনক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি