• Home
  • »
  • News
  • »
  • assam
  • »
  • সুৰাপান কৰি বাইক চলাই প্ৰাণ হেৰুৱালে যুৱকে

সুৰাপান কৰি বাইক চলাই প্ৰাণ হেৰুৱালে যুৱকে

বিদ্যুতৰ পকী খুঁটা ভাঙি পৰাত থিতাতে মৃত্যু ঘটে বাইকখনত থকা এজনৰ

বিদ্যুতৰ পকী খুঁটা ভাঙি পৰাত থিতাতে মৃত্যু ঘটে বাইকখনত থকা এজনৰ

বিদ্যুতৰ পকী খুঁটা ভাঙি পৰাত থিতাতে মৃত্যু ঘটে বাইকখনত থকা এজনৰ

  • Share this:
    হাজোৰ দধিত নিশা পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ। নিয়ন্ত্ৰণ হেৰুৱাই বাইকে খুন্দা মাৰিলেগৈ বিদ্যুতৰ খুঁটাত, ফলত বিদ্যুতৰ পকী খুঁটা ভাঙি পৰাত থিতাতে মৃত্যু ঘটে বাইকখনত থকা এজনৰ আৰু আন দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। নিহত যুৱকজন পছৰীয়াৰ নয়ন কলিতা। আহত দুই আৰোহী নগাঁৱৰ প্ৰিয়া দৈমাৰী আৰু হেমন্ত কলিতা। অত্যধিক সুৰাপান কৰি দ্ৰুতবেগত বাইক চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।
    First published: