உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া! গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ দুই যুৱ নেতা প্ৰদীপ মাঝি,গৌতম ধানোৱাৰে 

    উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া! গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ দুই যুৱ নেতা প্ৰদীপ মাঝি,গৌতম ধানোৱাৰে 

    প্ৰদীপ মাঝি হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৃথ্বি মাঝিৰ পুত্ৰ ৷ আনহাতে গৌতম ধানোৱাৰ হৈছে প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ ৷

    • Share this:
    গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ দুই যুৱ নেতা প্ৰদীপ মাঝি আৰু গৌতম ধানোৱাৰে ৷ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত হানি বিজেপিত যোগদান কৰিব উজনী অসমৰ বিশেষকৈ চাহ বাগিচা অঞ্চলত প্ৰভাৱ থকা এই দুই যুৱ নেতাই ৷

    প্ৰদীপ মাঝি হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৃথ্বি মাঝিৰ পুত্ৰ ৷ আনহাতে গৌতম ধানোৱাৰ হৈছে প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ ৷ ইফালে প্ৰাক্তন ড'নাৰ মন্ত্ৰী পৱনসিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰেও বিজেপিত যোগদানৰ কথা এটা সুত্ৰই প্ৰকাশ কৰিছিল যদিও প্ৰাঞ্জল ঘাটোৱাৰে অস্বীকাৰ কৰিছে বিজেপিত যোগদানৰ কথা ৷

    দেওবাৰে বিয়লি ৪.৩০বজাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কংগ্ৰেছৰ দুয়োগৰাকী যুৱনেতাই যোগদান কৰিব বিজেপিত ৷
    Published by:Himangshu Bhuyan
    First published: