• Home
  • »
  • News
  • »
  • assam
  • »
  • চলন্ত ৰে’লৰ আগত জঁপিয়ালে যুৱকে, গুৱাহাটীৰ চানমাৰিত চাঞ্চল্য

চলন্ত ৰে’লৰ আগত জঁপিয়ালে যুৱকে, গুৱাহাটীৰ চানমাৰিত চাঞ্চল্য

প্ৰতীকী ফটো

প্ৰতীকী ফটো

বৰ্তমানো জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল আৰক্ষী।

  • Share this:
মহানগৰীৰ চান্দমাৰিত অঘটন। ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজন যুৱকৰ। নামনিমুৱা মালবাহী ৰে’লৰ আগত জাপ দিয়ে যুৱকজনে। যুৱকজনৰ বয়স আনুমানিক ২৫ বছৰ হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমানো জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল আৰক্ষী।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি