গোৰেশ্বৰৰ বাঙালীপাৰাত আৰক্ষীৰ বৰ্বৰতা, কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা যুৱকৰ ফালিলে মূৰ

News18 Assam | News18-Assam
Updated:October 5, 2020, 8:00 PM IST
গোৰেশ্বৰৰ বাঙালীপাৰাত আৰক্ষীৰ বৰ্বৰতা, কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা যুৱকৰ ফালিলে মূৰ
বাঙালীপাৰাত কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে যুৱকজনে।

বাঙালীপাৰাত কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে যুৱকজনে।

  • Share this:
বাক্সাৰ গোৰেশ্বৰত আৰক্ষীৰ বৰ্বৰতা। কোনো কাৰণ নোহোৱাকৈ যুৱকক প্ৰহাৰ আৰক্ষীৰ। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱক জনৰ নাম অজয় বড়ো। যুৱকজন শুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাঙালীপাৰাৰ। বাঙালীপাৰাত কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে যুৱকজনে।

কুঁহিয়াৰৰ ৰস লেতেৰা হোৱাৰ অভিযোগ কৰি চকী আৰু চোকা অস্ত্ৰৰে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ ৰামেশ্বৰ বড়ো নামৰ আৰক্ষী জোৱানজনৰ বিৰুদ্ধে। ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।
Published by: Sanjay Kumar Das
First published: October 5, 2020, 8:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি