গোৰেশ্বৰৰ বাঙালীপাৰাত আৰক্ষীৰ বৰ্বৰতা, কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা যুৱকৰ ফালিলে মূৰ

বাঙালীপাৰাত কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে যুৱকজনে।
বাঙালীপাৰাত কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে যুৱকজনে।
- News18 Assam
- Last Updated: October 5, 2020, 8:00 PM IST
কুঁহিয়াৰৰ ৰস লেতেৰা হোৱাৰ অভিযোগ কৰি চকী আৰু চোকা অস্ত্ৰৰে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ ৰামেশ্বৰ বড়ো নামৰ আৰক্ষী জোৱানজনৰ বিৰুদ্ধে। ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।