দিনত ধৰ্ম প্ৰচাৰ, নিশা হ’লেই দুই নম্বৰী কাম, মিছামাৰীত বাঘৰ ছালসহ গ্ৰেপ্তাৰ এজনক

যুৱকজনে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰি আহিছিল।

News18-Assam
Updated:November 5, 2019, 11:55 AM IST
দিনত ধৰ্ম প্ৰচাৰ, নিশা হ’লেই দুই নম্বৰী কাম, মিছামাৰীত বাঘৰ ছালসহ গ্ৰেপ্তাৰ এজনক
যুৱকজনে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰি আহিছিল।
News18-Assam
Updated: November 5, 2019, 11:55 AM IST
শোণিতপুৰৰ মিছামাৰীত পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্যা মীৰা নাগৰ বাসগৃহত গোলাঘাট-শোণিতপুৰ আৰক্ষীৰ অভিযান। অভিযানত বাঘৰ ছালসহ জীৱ–জন্তুৰ হাড় উদ্ধাৰ৷ বাসগৃহত আশ্ৰয় লৈ থকা জীতেন কেৰ্কেটা নামৰ চতিয়াৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন পালচাৰ বাইক জব্দ কৰে অভিযানকাৰী দলে। যুৱকজনে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰি আহিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি