হাতত পিষ্টল লৈ আহিছিল ডকাইতি কৰিবলৈ, ৰাইজে ধৰি বাহিৰ কৰিলে ‘হিৰ’গিৰি’

News18 Assam | News18-Assam
Updated:November 28, 2019, 8:26 AM IST
হাতত পিষ্টল লৈ আহিছিল ডকাইতি কৰিবলৈ, ৰাইজে ধৰি বাহিৰ কৰিলে ‘হিৰ’গিৰি’
ৰাইজে উত্তম–মধ্যম শোধাই পিছত আৰক্ষীক গতাই দিয়ে যুৱকজনক।

ৰাইজে উত্তম–মধ্যম শোধাই পিছত আৰক্ষীক গতাই দিয়ে যুৱকজনক।

  • Share this:
নগাঁৱৰ খাগৰিজানত ৰাইজে কৰায়ত্ত কৰিলে এজন অস্ত্ৰধাৰী যুৱকক। ৰাইজৰ অভিযোগ অনুসৰি, ৬–৭ জনীয়া এটা দলৰ সৈতে ডকাইতি কৰিবলৈ গৈছিল ধৃত যুৱকজন। এটা .22 পিষ্টলসহ ৰাইজে কৰায়ত্ত কৰে শংকুমণি গোস্বামী নামৰ যুৱকজনক। ৰাইজে উত্তম–মধ্যম শোধাই পিছত আৰক্ষীক গতাই দিয়ে যুৱকজনক।
আৰু চাওক
পৰৱৰ্তী বাতৰি