৫ লাখ টকা নিবলৈ আহি দুধনৈত জালত পৰিল মেঘালয়ৰ যুৱক

নিজকে GNLAৰ সদস্য বুলি কৈ দাবী কৰিছিল ধন৷

News18-Assam
Updated:November 5, 2019, 11:30 AM IST
৫ লাখ টকা নিবলৈ আহি দুধনৈত জালত পৰিল মেঘালয়ৰ যুৱক
নিজকে GNLAৰ সদস্য বুলি কৈ দাবী কৰিছিল ধন৷
News18-Assam
Updated: November 5, 2019, 11:30 AM IST
দাবী কৰা ধন নিবলৈ আহি গোৱালপাৰাৰ দুধনৈত আৰক্ষীৰ জালত এজন মেঘালয়ৰ এজন যুৱক৷ কৃষ্ণাইৰ এজন যুৱ ব্যৱসায়ীক দাবী কৰিছিল ৫ লাখ টকা। নিজকে GNLAৰ সদস্য বুলি কৈ দাবী কৰিছিল ধন৷ ধৃত যুৱক জনৰ নাম হৈছে কাইনীথ এম চাংমা৷ ঘৰ মেঘালয়ৰ বাঘমাৰাত৷
আৰু চাওক পৰৱৰ্তী বাতৰি