NRCত নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশীক ভুৱা নথি যোগান! জাগীৰোডত জালত এজন

News18-Assam
Updated:June 21, 2019, 10:46 AM IST
NRCত নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশীক ভুৱা নথি যোগান! জাগীৰোডত জালত এজন
একাংশ বিদেশীক NRCত নাম অন্তৰ্ভুক্তিৰ বাবে মফিদুল ইছলামে যোগান ধৰি আহিছিল জাল নথি৷

একাংশ বিদেশীক NRCত নাম অন্তৰ্ভুক্তিৰ বাবে মফিদুল ইছলামে যোগান ধৰি আহিছিল জাল নথি৷

  • Share this:
NRCৰ নামত ভুৱা নথি যোগান ধৰি জাগীৰোড আৰক্ষীৰ জালত পৰিল এজন যুৱক। ধৃত যুৱকজন মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ মফিদুল ইছলাম। মফিদুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বহু পৰিমাণৰ জাল নথি–পত্ৰ আৰু ছীল-মোহৰ৷ একাংশ বিদেশীক NRCত নাম অন্তৰ্ভুক্তিৰ বাবে মফিদুল ইছলামে যোগান ধৰি আহিছিল জাল নথি৷ চক্ৰ বিষয়াৰ গোচৰৰ ভিত্তিত আটক মফিদুলক।
আৰু চাওক
পৰৱৰ্তী বাতৰি