• Home
  • »
  • News
  • »
  • assam
  • »
  • Koliabor: ব্ৰয়লাৰ ফাৰ্মত কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিল যুৱক, কলিয়াবৰত শোক

Koliabor: ব্ৰয়লাৰ ফাৰ্মত কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিল যুৱক, কলিয়াবৰত শোক

যুৱকজনৰ কৰুণ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

যুৱকজনৰ কৰুণ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

যুৱকজনৰ কৰুণ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

  • Share this:
ব্ৰয়লাৰ ফাৰ্মত কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিল এগৰাকী যুৱক। কলিয়াবৰত শনিবাৰে বিয়লি সংঘটিত এই কৰুণ ঘটনাত মৃত্যুবৰণ কৰা যুৱকজন ন-সত্ৰৰ ভূপেন বৰা (৩৬) বুলি জানিব পৰা গৈছে।

ব্ৰয়লাৰ ফাৰ্মত কাম কৰি থকা অৱস্থাতে বিদ্যুৎপৃষ্ট হোৱাত (Young man electrocuted)  তেওঁ গুৰুতৰভাৱে আহত হয়। ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ যুৱকজনৰ কৰুণ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Published by:Gautam Barman
First published: