• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আন এক সন্মান

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আন এক সন্মান

yeshe dorjee thongchi

yeshe dorjee thongchi

Jeewan Ram Mungi Devi Gowenka Memorial National Award for Excellence in Literature-2022 সন্মান য়েছে দৰজে ঠংছিলৈ আগবঢ়োৱা হৈছে।

  • Share this:
য়েছে দৰজে ঠংচিলৈ আন এক সন্মান। Jeewan Ram Mungi Devi Gowenka Memorial National Award for Excellence in Literature-2022 সন্মান য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে। অহা ২৫ ছেপ্টেম্বৰত গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীলৈ নগদ ২লাখ টকাও আগবঢ়োৱা হ'ব বুলি Jeewan Ram Mungi Devi Gowenka Public Charitable Trust–এ প্ৰেৰণ কৰা পত্ৰত প্ৰকাশ কৰিছে।
Published by:Sanjay Kumar Das
First published: