• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaziranga National Park: মুকলিৰ পূৰ্বে বাঢ়নী পানীৰ কবলত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Kaziranga National Park: মুকলিৰ পূৰ্বে বাঢ়নী পানীৰ কবলত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বুঢ়াপাহাৰ বনাঞ্চলৰ নামনি অংশৰ ৪০ শতাংশ অঞ্চল বৰ্তমান জলমগ্ন বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷

বুঢ়াপাহাৰ বনাঞ্চলৰ নামনি অংশৰ ৪০ শতাংশ অঞ্চল বৰ্তমান জলমগ্ন বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷

বুঢ়াপাহাৰ বনাঞ্চলৰ নামনি অংশৰ ৪০ শতাংশ অঞ্চল বৰ্তমান জলমগ্ন বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷

  • Share this:
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পুনৰ প্লাৱিত কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)৷ উদ্যানখনৰ দুখনকৈ বনাঞ্চলত প্ৰৱেশ কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী।

বুঢ়াপাহাৰ বনাঞ্চলৰ নামনি অংশৰ ৪০ শতাংশ অঞ্চল বৰ্তমান জলমগ্ন বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ হাতীকেম্প আৰু কঁহৰা বনাঞ্চলৰ আৰিমৰা বন শিবিৰ এলেকা জলমগ্ন।

উল্লেখ্য যে ২ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ কথা ঘোষণা কৰিছিল বন বিভাগে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি