মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Maa Kamala Ferry | ‘মা কমলা’ ফেৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল পানীৰামে

Maa Kamala Ferry | ‘মা কমলা’ ফেৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল পানীৰামে

News18 Assam | News18-Assam
Updated:September 13, 2021, 7:29 PM IST
Maa Kamala Ferry | ‘মা কমলা’ ফেৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল পানীৰামে
দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল ফেৰীখনৰ গৰাকী পানীৰাম কলিতাই।

দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল ফেৰীখনৰ গৰাকী পানীৰাম কলিতাই।

  • News18 Assam
  • Last Updated: September 13, 2021, 7:29 PM IST
  • Share this:

‘মা কমলা’ ফেৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 'মা কমলা' ফেৰীৰ স্বত্ত্বাধিকাৰী পানীৰাম কলিতাক। এখন নাৰ্ছিং হোমৰ পৰা গ্ৰেপ্তাৰ পানীৰামক। দেওবাৰে আটক কৰা হৈছিল পানীৰামৰ পুত্ৰ গৌতম কলিতাক। নিমাতীঘাটত দুৰ্ঘটনাত পতিত হৈছিল ‘মা কমলা’ নামৰ ফেৰীখন। এই দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল ফেৰীখনৰ গৰাকী পানীৰাম কলিতাই।






উল্লেখযোগ্য নিমাতীঘাটত দুখন ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ডুব গৈছিল ‘মা কমলা’ নামৰ ফেৰীখন।
Published by: Sanjay Kumar Das
First published: September 13, 2021, 7:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি