বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Maa Kamala Ferry | ‘মা কমলা’ ফেৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল পানীৰামে

Maa Kamala Ferry | ‘মা কমলা’ ফেৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল পানীৰামে

Maa Kamala Ferry | ‘মা কমলা’ ফেৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল পানীৰামে

দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল ফেৰীখনৰ গৰাকী পানীৰাম কলিতাই।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

‘মা কমলা’ ফেৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘মা কমলা’ ফেৰীৰ স্বত্ত্বাধিকাৰী পানীৰাম কলিতাক। এখন নাৰ্ছিং হোমৰ পৰা গ্ৰেপ্তাৰ পানীৰামক। দেওবাৰে আটক কৰা হৈছিল পানীৰামৰ পুত্ৰ গৌতম কলিতাক। নিমাতীঘাটত দুৰ্ঘটনাত পতিত হৈছিল ‘মা কমলা’ নামৰ ফেৰীখন। এই দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল ফেৰীখনৰ গৰাকী পানীৰাম কলিতাই।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন